যোৱা ৮ বছৰৰ ভিতৰত সৰ্বনিম্ন হৈছে দেশৰ জিডিপি গ্ৰ’থ!

সমগ্ৰ বিশ্বতে হৈছে গ্লোৱেল শ্লো ডাউন। যাৰ প্ৰভাৱ এতিয়া ভাৰতবৰ্ষতো পৰা পৰিলক্ষিত হৈছে।

News18-Assam
Updated:August 30, 2019, 8:43 PM IST
যোৱা ৮ বছৰৰ ভিতৰত সৰ্বনিম্ন হৈছে দেশৰ জিডিপি গ্ৰ’থ!
সমগ্ৰ বিশ্বতে হৈছে গ্লোৱেল শ্লো ডাউন। যাৰ প্ৰভাৱ এতিয়া ভাৰতবৰ্ষতো পৰা পৰিলক্ষিত হৈছে।
News18-Assam
Updated: August 30, 2019, 8:43 PM IST
সমগ্ৰ বিশ্বতে হৈছে গ্লোৱেল শ্লো ডাউন। যাৰ প্ৰভাৱ এতিয়া ভাৰতবৰ্ষতো পৰা পৰিলক্ষিত হৈছে। ২০১৯–২০ বিত্তীয় বৰ্ষৰ এপ্ৰিল–জুন মাহত দেশত জিডিপি গ্ৰ’থ ৫ শতাংশলৈ অৱনমিত হৈছে। ২০১৮–১৯ বিত্তীয় বৰ্ষৰ জানুৱাৰী–মাৰ্চ মাহত ভাৰত বৰ্ষৰ জিডিপি গ্ৰ’থ আছিল ৫.৮ শতাংশ। উল্লেখযোগ্য যে যোৱা ৮ বছৰৰ ভিতৰত চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল জুন মাহত হৈছে দেশৰ সৰ্বনিম্ন জিডিপি গ্ৰ’থ



সেইদৰে  ২০১৮–১৯ বৰ্ষৰ এপ্ৰিল–জুন মাহত ভাৰতবৰ্ষত জিডিপি গ্ৰ’থ আছিল ৮ শতাংশ। বিশেষজ্ঞ সকলৰ মন্তব্য অনুসৰি জিডিপি গ্ৰ’থ অৱনমিত হোৱাৰ ধাৰণা পূৰ্বতে কৰা হৈছিল।

 


 
আৰু চাওক পৰৱৰ্তী বাতৰি