বালাকোটত ভাৰতীয় সেনাই ৰক্ষা কৰিলে স্কুলীয়া ছাত্ৰ–ছাত্ৰীৰ জীৱন

News18-Assam
Updated:September 15, 2019, 7:39 AM IST
বালাকোটত ভাৰতীয় সেনাই ৰক্ষা কৰিলে স্কুলীয়া ছাত্ৰ–ছাত্ৰীৰ জীৱন
গাড়ীত বহি স্কুলীয়া ছাত্ৰ–ছাত্ৰীসকলে কৰমৰ্দন কৰি ধন্যবাদ জনায় সেনা জোৱানসকলক।

গাড়ীত বহি স্কুলীয়া ছাত্ৰ–ছাত্ৰীসকলে কৰমৰ্দন কৰি ধন্যবাদ জনায় সেনা জোৱানসকলক।

  • News18 Assam
  • Last Updated: September 15, 2019, 7:39 AM IST
  • Share this:
পাকিস্তানী সেনাই শনিবাৰে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা ভাৰতীয় ভূমিলৈ হঠাৎ গুলীবৰ্ষণ কৰে। সেই সময়তে পথত অবদ্ধ হৈ পৰা একাংশ স্কুলীয়া ছাত্ৰ–ছাত্ৰীক জীৱনৰ সৈতে খেলা কৰি ৰক্ষা কৰে ভাৰতীয় সেনাই। সেনাই বালাকোটস্থিত চৰকাৰী স্কুলৰ কণ কণ ছাত্ৰ–ছাত্ৰীসকলক ততালিকে সনাৰ বাহনত উঠাই ফায়াৰিং ৰেঞ্জৰ পৰা সুৰক্ষিত স্থানলৈ লৈ যায়।

গাড়ীত বহি স্কুলীয়া ছাত্ৰ–ছাত্ৰীসকলে কৰমৰ্দন কৰি ধন্যবাদ জনায় সেনা জোৱানসকলক। এই ঘটনা জম্মু–কাশ্মীৰৰ মেঢ়ৰ তহছীলৰ। ANI–এ জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাৰ মেঢ়ৰ তহছীলৰ বালাকোট আৰু বেহৰোট গাঁৱৰ শিশুসকলক সেনাই উদ্ধাৰ কৰা ভিডিঅ’ প্ৰকাশ কৰিছে।



 NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading