এই ঘটনা যোৱা ১৮ জানুৱাৰীত এই ঘটনা সংঘটিত হৈছিল যদিও আজিহে পোহৰলৈ আহিছে। চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি, ২০ জানুৱাৰী পৰ্যন্ত দুয়োখন দেশৰ সেনাৰ মাজত কিছু সংঘাত হৈ আহিছিল। প্ৰায় চাৰি মাহ ধৰি উত্তপ্ত হৈ আছে লাডাখ সীমান্ত। অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে আগ্ৰাসী চীনে এইবাৰ ছিকিমৰ ভাৰতীয় সীমাত অনাধিকাৰ প্ৰৱেশ কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।