• Home
  • »
  • News
  • »
  • nation
  • »
  • আকৌ ভাৰত-চীনৰ সেনাৰ মাজত সংঘৰ্ষ, ছিকিমৰ নাকু লাত চীনা সেনাৰ অনুপ্ৰৱেশৰ চেষ্টা

আকৌ ভাৰত-চীনৰ সেনাৰ মাজত সংঘৰ্ষ, ছিকিমৰ নাকু লাত চীনা সেনাৰ অনুপ্ৰৱেশৰ চেষ্টা

লাডাখৰ পিছত এইবাৰ ছিকিমৰ নাকু লা।

লাডাখৰ পিছত এইবাৰ ছিকিমৰ নাকু লা।

লাডাখৰ পিছত এইবাৰ ছিকিমৰ নাকু লা।

  • Share this:
লাডাখৰ পিছত এইবাৰ ছিকিমৰ নাকু লা। চীনা সৈন্যৰৰ এটা তহলদাৰী দলে ভাৰতীয় এলেকাত অনুপ্ৰৱেশ চেষ্টা কৰে। আৰু তেতিয়াই বাধা দিয়ে ভাৰতীয় জোৱানে। ইয়াৰ পিছতে দুয়ো পক্ষৰ মাজত আৰম্ভ হয় সংঘাত। সংঘৰ্ষথ দুয়োটা পক্ষৰে কেইবাজনো সেনা জোৱান আহত হৈছে।

এই ঘটনা যোৱা ১৮ জানুৱাৰীত এই ঘটনা সংঘটিত হৈছিল যদিও আজিহে পোহৰলৈ আহিছে। চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি, ২০ জানুৱাৰী পৰ্যন্ত দুয়োখন দেশৰ সেনাৰ মাজত কিছু সংঘাত হৈ আহিছিল।

প্ৰায় চাৰি মাহ ধৰি উত্তপ্ত হৈ আছে লাডাখ সীমান্ত। অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে আগ্ৰাসী চীনে এইবাৰ ছিকিমৰ ভাৰতীয় সীমাত অনাধিকাৰ প্ৰৱেশ কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।
Published by:Himangshu Bhuyan
First published: