বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পূৰ্বেই চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এখন জাননী।
২০০৯ চনত নাগৰিকত্ব আইন ১৯৫৫চনৰ অধীনত প্ৰস্তুত কৰা নিয়ম অনুসৰি কেন্দ্রই ৫ ৰাজ্যৰ ১৫জিলাত বসবাস কৰি থকা আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ জাননী জাৰি কৰিছে ।
![]()
পাঁচ ৰাজ্য ক্ৰমে গুজৰাট, ছত্তীশগড়, পঞ্জাৱ, ৰাসস্থান, হাৰিয়ানাত থকা শৰনাৰ্থীয়ে কৰিব পাৰিব আবেদন। ইছলাম ধৰ্মৰ বাদে ৬ ধৰ্মৰ শৰনাৰ্থীয়ে কৰিব পাৰিব আবেদন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|