ভাৰত–চীন সীমান্তত যুদ্ধ সদৃশ পৰিস্থিতি! ভাৰতত প্ৰৱেশৰ চেষ্টা চীনা সেনাৰ

আকৌ অশান্ত হৈ পৰিছে ভাৰত চীনৰ সীমান্ত!

News18-Assam
Updated:September 12, 2019, 2:45 PM IST
ভাৰত–চীন সীমান্তত যুদ্ধ সদৃশ পৰিস্থিতি! ভাৰতত প্ৰৱেশৰ চেষ্টা চীনা সেনাৰ
আকৌ অশান্ত হৈ পৰিছে ভাৰত চীনৰ সীমান্ত!
News18-Assam
Updated: September 12, 2019, 2:45 PM IST
আকৌ অশান্ত হৈ পৰিছে ভাৰত চীনৰ সীমান্ত।ভাৰত চীন সীমান্তত পুনৰ বৃদ্ধি পাইছে উত্তেজনা। বৃহস্পতিবাৰে ভাৰতৰ সীমাত প্ৰৱেশৰ চেষ্টা কৰে চীনা সেনাই। লাডাখত পুনৰ ভাৰত চীন সেনাৰ মাজত চলিল মুখামুখি সংঘৰ্ষ। পূব লাডাখৰ পেংগং ছ'ত বুধবাৰে বহু সময় ধৰি চলিল সংঘৰ্ষ।

ভাৰতীয় সেনাই তহল দি থকা সময়ত বাধা দিয়ে চীনা সেনাই।ভাৰতত চীনা সেনাই প্ৰৱেশৰ চেষ্টা চলাওতেই সৃষ্টি হয় যুদ্ধ সদৃশ পৰিস্থিতি। অক্টোবৰ মাহত অৰুণাচলত IBGৰ দল মোতায়েম কৰাৰ কথা আছিল ভাৰতে। তাৰ পূৰ্বেই লাডাখত সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিস্থিতিৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি