ভাৰতীয় সেনাই ব্যৰ্থ কৰিলে পাকিস্তানী BATৰ অনুপ্ৰৱেশৰ চেষ্টা, চাওক ভিডিঅ’

সেনাই জাৰি কৰা বিবৃতি মতে, এই ভিডিঅ’টো ১২–১৩ ছেপ্টেম্বৰৰ নিশাৰ।

News18-Assam
Updated:September 18, 2019, 11:09 AM IST
ভাৰতীয় সেনাই ব্যৰ্থ কৰিলে পাকিস্তানী BATৰ অনুপ্ৰৱেশৰ চেষ্টা, চাওক ভিডিঅ’
সেনাই জাৰি কৰা বিবৃতি মতে, এই ভিডিঅ’টো ১২–১৩ ছেপ্টেম্বৰৰ নিশাৰ।
News18-Assam
Updated: September 18, 2019, 11:09 AM IST
জম্মু–কাশ্মীৰত অনুপ্ৰৱেশৰ চেষ্টাক লৈ আকৌ এবাৰ বিশ্ববাসীৰ আগত স্বৰূপ উদঙালে পাকিস্তানে। ভাৰতীয় সেনাই আকৌ এবাৰ পাকিস্তানী বেট (BAT)ৰ অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ কৰে। ভাৰতীয় সেনাই ইয়াৰ এক ভিডিঅ’ প্ৰকাশ কৰিছে।

সেনাই জাৰি কৰা বিবৃতি মতে, এই ভিডিঅ’টো ১২–১৩ ছেপ্টেম্বৰৰ নিশাৰ। ভিডিঅ’টোত হাজিপুৰ ছেক্টৰত পাকিস্তানী ব’ৰ্ডাৰ একচন টীমে অনুপ্ৰৱেশৰ চেষ্টা চলোৱা দেখা গৈছে। ভাৰতীয় সেনাই এই চেষ্টা ব্যৰ্থ কৰে আৰু পাকিস্তানী বেট উভতি যাবলৈ বাধ্য হয়। উল্লেখযোগ্য যে আগষ্ট
মাহত নিয়ন্ত্ৰণ ৰেখাৰে পাকিস্তানে ১৫ বাৰকৈ অনুপ্ৰৱেশৰ চেষ্টা চলাইছে।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি