• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাৰতত বিগত ২৪ ঘণ্টাত নতুনকৈ ২০,২৭৯জন লোক কোৰোণাত আক্ৰান্ত, সক্ৰিয় ঘটনা ১.৫ লাখৰ অধিক

ভাৰতত বিগত ২৪ ঘণ্টাত নতুনকৈ ২০,২৭৯জন লোক কোৰোণাত আক্ৰান্ত, সক্ৰিয় ঘটনা ১.৫ লাখৰ অধিক

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দৈনিক পজিটিভিটী ৰেট ৫.২৯ শতাংশ আৰু সাপ্তাহিক পজিটিভিটী ৰেট ৪.৪৬ শতাংশ।

  • Share this:
ভাৰতত কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা পুনৰ বৃদ্ধি পাইচে। বিগত ২৪ ঘণ্টাত ভাৰতত কোৰোণাত আক্ৰান্ত হৈছে ২০,২৭৯জন লোক। এই সংখ্যাকে ধৰি সক্ৰিয় ঘটনা ১,৫২,২০০ হৈছেগৈ। সক্ৰিয় ঘটনা মুঠ সংখ্যাৰ ০.৩৫ শতাংশ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দৈনিক পজিটিভিটী ৰেট ৫.২৯ শতাংশ আৰু সাপ্তাহিক পজিটিভিটী ৰেট ৪.৪৬ শতাংশ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এতিয়ালৈ দেশত কোৰোণাৰ মুঠ ৮৭.২৫ কোটি টেষ্ট কৰা হৈছে। বিগত ২৪ ঘণ্টাত কোৰোণাৰ ৩,৮৩,৬৫৭টা টেষ্টা কৰা হৈছে। ৰিক’ভাৰী ৰেট ৯৮.৪৫ শতাংশ।

বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈ উঠিছে ১৮,১৪৩জন ৰোগী। মুঠ সুস্থ লোকৰ সংখ্যা হ’লগৈ ৪,৩২,১০,৫৫২ জন। আনহাতে, ভাৰতত এতিয়ালৈ ২০১.৯৯ কোটি ড’জ ভেকচিন প্ৰদান কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি