Covid 19: দেশত দৈনিক সংক্ৰমণ সামান্য হ্ৰাস ! বিগত ২৪ ঘণ্টাত ১,৬৮,০০০ জন আক্ৰান্ত, ২৭৭ জনৰ মৃত্যু ...

দেশত দৈনিক কৰোনা (Covid 19) সংক্ৰমণ সোমবাৰে কিছু হ্ৰাস পাইছে । যোৱা ২৪ ঘণ্টাত, দেশত ১,৬৮,০০ কোৰোনা আক্ৰান্ত ধৰা পৰিছে। এই সময়ছোৱাত মুঠ ২৭৭ জন কোৰোনা আক্ৰান্তৰ মৃত্যু হৈছে।