உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • পেট্ৰ’ল–ডিজেলৰ মূল্য একেৰাহে দশম দিনাও বৃদ্ধি, বছৰৰ সৰ্বাধিক মূল্য অতিক্ৰম

    পেট্ৰ’ল–ডিজেলৰ মূল্য একেৰাহে দশম দিনাও বৃদ্ধি, বছৰৰ সৰ্বাধিক মূল্য অতিক্ৰম

    পেট্ৰ’ল–ডিজেলৰ মূল্য একেৰাহে বাঢ়িয়ে আছে। 

    পেট্ৰ’ল–ডিজেলৰ মূল্য একেৰাহে বাঢ়িয়ে আছে। 

    পেট্ৰ’ল–ডিজেলৰ মূল্য একেৰাহে বাঢ়িয়ে আছে। 

    • Share this:
    আজিও দাম বাঢ়িল পেট্ৰ’ল–ডিজেলৰ। একেৰাহে দশম দিনাও পেট্ৰ’ল–ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ ফলত গুৱাহাটীত আজি পেট্ৰ’লৰ মূল্য ৮১.৭৫ টকা প্ৰতি লিটাৰত আৰু ডিজেলৰ মূল্য ৭৫.০৫ টকা প্ৰতি লিটাৰত হৈছে।

    ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য বাঢ়ি আজি ৭৬.৭৩টকা প্ৰতি লিটাৰত হৈছে। সোমবাৰে ইয়াৰ মূল্য ৭৬.২৬টকা আছিল। সেইদৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭৫.১৯টকা হৈছেগৈ। সোমবাৰে ইয়াৰ মূল্য ৭৪.৬২টকা আছিল।

    মুম্বাইত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৮৩.৬২টকা হৈছে। ডিজেলৰ মূল্য হৈছেগৈ প্ৰতিলিটাৰত ৭৩.৭৫টকা।

    কলকাতাত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৭৮.৫৫টকা আৰু এক লিটাৰ ডিজেলৰ মূল্য ৭০.৮৪টকা হৈছেগৈ।

    সেইদৰে চেন্নাইত এক লিটাৰ পেট্ৰ’লৰ মূল্য ৮০.৩৭টকা আৰু এক লিটাৰ ডিজেলৰ মূল্য ৭৩.১৭টকা হৈছে মঙলবাৰে।
    First published: