• Home
  • »
  • News
  • »
  • nation
  • »
  • Corona In India: বিখ্যাত পৰিবেশকৰ্মী সুন্দৰলাল বহুগণাৰ কোৰোণাত আক্ৰান্ত হৈ মৃত্যু।

Corona In India: বিখ্যাত পৰিবেশকৰ্মী সুন্দৰলাল বহুগণাৰ কোৰোণাত আক্ৰান্ত হৈ মৃত্যু।

উত্তৰাখণ্ডত ৯৪ বছৰ বয়সত শেষ নিশ্ৱাস ত্যাগ। ৮ মে'ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

উত্তৰাখণ্ডত ৯৪ বছৰ বয়সত শেষ নিশ্ৱাস ত্যাগ। ৮ মে'ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

উত্তৰাখণ্ডত ৯৪ বছৰ বয়সত শেষ নিশ্ৱাস ত্যাগ। ৮ মে'ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

  • Share this:
বিখ্যাত পৰিবেশকৰ্মী সুন্দৰলাল বহুগণাৰ কোৰোণাত আক্ৰান্ত হৈ মৃত্যু। ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত হোৱা চিপকো আন্দোলনৰ ্ৰপ্ৰধান নেতা আছিল সুন্দৰলাল বহুগুণা।

কোৰোণাত আক্ৰান্ত হৈ আজি উত্তৰাখণ্ডত ৯৪ বছৰ বয়সত শেষ নিশ্ৱাস ত্যাগ কৰে পৰিবেশ কৰ্মীগৰাকীয়ে। ৮ মে'ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি