உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • BREAKING| লাডাখ সীমান্তত ভাৰত–চীন সংঘৰ্ষ তীব্ৰতৰ, ভাৰতত নিষিদ্ধ হ’ল TikTok

    BREAKING| লাডাখ সীমান্তত ভাৰত–চীন সংঘৰ্ষ তীব্ৰতৰ, ভাৰতত নিষিদ্ধ হ’ল TikTok

    কেন্দ্রীয় তথ্য প্রযুক্তি আইনৰ ৬৯-এ ধাৰাৰা ক্ষমতা প্রয়োগ কৰি সোমবাৰে এই সিদ্ধান্ত গৃহীত হয় ।

    কেন্দ্রীয় তথ্য প্রযুক্তি আইনৰ ৬৯-এ ধাৰাৰা ক্ষমতা প্রয়োগ কৰি সোমবাৰে এই সিদ্ধান্ত গৃহীত হয় ।

    কেন্দ্রীয় তথ্য প্রযুক্তি আইনৰ ৬৯-এ ধাৰাৰা ক্ষমতা প্রয়োগ কৰি সোমবাৰে এই সিদ্ধান্ত গৃহীত হয় ।

    • Share this:
    নতুন দিল্লীঃ অৱশেষত ভাৰতত নিষিদ্ধ হ’ল জনপ্ৰিয় চীনা এপ টিকটক। সীমান্তত ভাৰত–চীন সংঘৰ্ষ তীব্ৰতৰ হোৱাৰ কাৰণে এই এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত ল’লে ভাৰত চৰকাৰে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আইনৰ ৬৯ধাৰাৰ ক্ষমতা প্ৰয়োগ কৰি সোমবাৰে এই সিদ্ধান্ত গৃহীত হয়।



    সাংবাদিক সন্মিলনত কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা হয়, ভাৰতীয়ৰ ব্যক্তিগত তথ্য সুৰক্ষিত ৰখাৰ কাৰণেই কেন্দ্ৰৰ এই সিদ্ধান্ত। এই ধৰণৰ চীনা এপ ম’বাইল ফোনত থাকিলে তথ্য চুৰি কৰাৰ সম্ভাৱনা থাকে গতিকে সেই এপৰ পৰা দূৰৈত থকাই শ্ৰেয়।
    First published: