আজি মোদী–জিনপিঙৰ দ্বিপাক্ষিক আলোচনা, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও ল’ব অংশ

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণে এক বিশেষ তাৎপৰ্য বহন কৰিছে

News18-Assam
Updated:October 12, 2019, 11:13 AM IST
আজি মোদী–জিনপিঙৰ দ্বিপাক্ষিক আলোচনা, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও ল’ব অংশ
ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণে এক বিশেষ তাৎপৰ্য বহন কৰিছে
News18-Assam
Updated: October 12, 2019, 11:13 AM IST
শুকুৰবাৰে ভাৰতত উপস্থিত হৈছে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙ। কালি ভাৰতত উপস্থিত হোৱাৰ পিছতে চীনৰ ৰাষ্ট্ৰপতিজনক অতি আড়ম্বৰপূৰ্ণ ভাবে ভাৰতলৈ আদৰণী জনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি মোদী–জিনপিঙৰ মাজত হ’ব দ্বিপাক্ষিক আলোচনা। চীনৰ ৰাষ্ট্ৰপতিৰে এইয়া হৈছে দ্বিতীয়লানি আলোচনা মোদীৰ। আলোচনাত অংশ ল’ব ভাৰতীয় প্ৰতিনিধিৰ দলে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও ল’ব অংশ আজিৰ আলোচনাত। অংশ ল’ব ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।
উল্লেখযোগ্য যে, আজিৰ আলোচনাত স্বাক্ষৰিত নহয় কোনো চুক্তি। জিনপিঙৰ লগত ভাৰতলৈ আহিছে ১০০জনীয়া প্ৰতিনিধিৰ দল।

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণে এক বিশেষ তাৎপৰ্য বহন কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি