আজি ৭৩সংখ্যক স্বাধীনতা দিৱস, লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰি দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

অসমতো স্বাধীনতা দিৱস উপলক্ষে প্ৰতিখন জিলাতে আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ।

News18-Assam
Updated:August 15, 2019, 7:39 AM IST
আজি ৭৩সংখ্যক স্বাধীনতা দিৱস, লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰি দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
অসমতো স্বাধীনতা দিৱস উপলক্ষে প্ৰতিখন জিলাতে আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ।
News18-Assam
Updated: August 15, 2019, 7:39 AM IST
আজি দেশে উদযাপন কৰিছে ৭৩সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাৰ পৰা ষষ্ঠবাৰলৈ দেশবাসীক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত প্ৰথমবাৰ লালকিল্লাত ত্ৰিৰংগা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ। আজি পুৱাই দেশবাসীক সম্বোধন কৰাৰ পূৰ্বে ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মোদীয়ে।

অসমতো স্বাধীনতা দিৱস উপলক্ষে প্ৰতিখন জিলাতে আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰ। খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱসৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা।
আৰু চাওক পৰৱৰ্তী বাতৰি