உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • জনতাৰ সমস্যা হ্ৰাস কৰাৰ বাবে ৫ বছৰত ১৪৫০ খন আইন নাইকীয়া কৰা হৈছে : মোদী

    জনতাৰ সমস্যা হ্ৰাস কৰাৰ বাবে ৫ বছৰত ১৪৫০ খন আইন নাইকীয়া কৰা হৈছে : মোদী

    স্বাধীন ভাৰতৰ অৰ্থ হৈছে চৰকাৰ লাহে লাহে মানুহৰ জীৱনৰ পৰা বাহিৰলৈ আহক। জনসাধাৰণে নিজৰ জীৱন–যাপন কৰিবলৈ সকলো পথ খোলা থকা উচিত। – মোদী

    • Share this:
      স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণত প্ৰধামন্ত্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ ইমান বছৰৰ পিছতো সাধাৰণ নাগৰিকৰ জীৱনত চৰকাৰৰ যি দখল, সেয়া আমি হ্ৰাস কৰিব নোৱাৰোনে? মোৰ মতে স্বাধীন ভাৰতৰ অৰ্থ হৈছে চৰকাৰ লাহে লাহে মানুহৰ জীৱনৰ পৰা বাহিৰলৈ আহক। জনসাধাৰণে নিজৰ জীৱন–যাপন কৰিবলৈ সকলো পথ খোলা থকা উচিত। চৰকাৰ জনতাৰ সংগী হওক।

      জনসাধাৰণৰ বোজা হ্ৰাস কৰাৰ বাবে আমি বহু আইন লুপ্ত কৰিছো। প্ৰায় ১৪৫০খন আইন নাইকীয়া কৰা হৈছে। নতুন চৰকাৰৰ ১০ সপ্তাহতে ৭খন এনে আইন লুপ্ত কৰা হৈছে। এইক্ষেত্ৰত আৰু বহুতো পৰিৱৰ্তনৰ প্ৰয়োজন আছে। জনতাৰ অধিকাৰ সহজতে পোৱাৰ বাবে আমি কাম কৰিব বিচাৰো।
      First published: