মণিপুৰৰ কাঞ্চিপুৰত পলিথিনৰ বেগত IED উদ্ধাৰ

ইম্ফল পাব্লিক স্কুলৰ সন্মুখত উদ্ধাৰ কৰা হয় IEDটো। বিদ্যালয়খনৰ চকীদাৰে পুৱা প্ৰত্যক্ষ কৰে বিস্ফোৰকটো। 

News18-Assam
Updated:July 13, 2019, 12:31 PM IST
মণিপুৰৰ কাঞ্চিপুৰত পলিথিনৰ বেগত IED উদ্ধাৰ
ইম্ফল পাব্লিক স্কুলৰ সন্মুখত উদ্ধাৰ কৰা হয় IEDটো। বিদ্যালয়খনৰ চকীদাৰে পুৱা প্ৰত্যক্ষ কৰে বিস্ফোৰকটো। 
News18-Assam
Updated: July 13, 2019, 12:31 PM IST
মণিপুৰৰ কাঞ্চিপুৰত IED উদ্ধাৰ। ইম্ফল পাব্লিক স্কুলৰ সন্মুখত উদ্ধাৰ কৰা হয় IEDটো।
বিদ্যালয়খনৰ চকীদাৰে পুৱা প্ৰত্যক্ষ কৰে বিস্ফোৰকটো।



এটা পলিথিন বেগত ৰাখিছিল ২কিলোগ্ৰাম ওজনৰ এই IEDটো। ছিংগজামেই আৰক্ষীয়ে উদ্ধাৰ কৰে IEDটো।
আৰু চাওক পৰৱৰ্তী বাতৰি