ICCWorldCup2019: বিশ্বকাপৰ প্ৰথম মেচতে ভাৰতে মাৰিলে জয়ৰ হাঁহি

ভাৰতৰ হাতত পৰাস্ত হ’ল দক্ষিণ আফ্ৰিকা। ৬ উইকেটত বিজয়ী কোহলী বাহিনী।৪ উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে ২৩০ ৰান।

news18assam
Updated:June 5, 2019, 10:55 PM IST
ICCWorldCup2019: বিশ্বকাপৰ প্ৰথম মেচতে ভাৰতে মাৰিলে জয়ৰ হাঁহি
ভাৰতৰ হাতত পৰাস্ত হ’ল দক্ষিণ আফ্ৰিকা। ৬ উইকেটত বিজয়ী কোহলী বাহিনী।৪ উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে ২৩০ ৰান।
news18assam
Updated: June 5, 2019, 10:55 PM IST
বিশ্বকাপৰ প্ৰথম মেচতে ভাৰতৰ জয়লাভ। জয়েৰে বিশ্বকাপত অভিযান আৰম্ভ ভাৰতৰ। ভাৰতৰ হাতত পৰাস্ত হ’ল দক্ষিণ আফ্ৰিকা। ৬ উইকেটত বিজয়ী কোহলী বাহিনী। টছত জিকি প্ৰথমে বেটিং কৰিছিল দক্ষিণ আফ্ৰিকাই। নিৰ্ধাৰিত অভাৰত ২২৭ ৰান সংগ্ৰহ কৰিছিল দলটোৱে। ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ২২৭ ৰান। প্ৰত্যুত্তৰত ৪৭.৩ অভাৰতে লক্ষ্যত উপনীত ভাৰতৰ দলটো। ৪ উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে ২৩০ ৰান।
আৰু চাওক পৰৱৰ্তী বাতৰি