• Home
  • »
  • News
  • »
  • nation
  • »
  • Husband accused of Blackmailing wife: পত্নীৰ গোপন ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকি! স্বামীৰ বিৰুদ্ধে থানাত এজাহাৰ পত্নীৰ

Husband accused of Blackmailing wife: পত্নীৰ গোপন ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকি! স্বামীৰ বিৰুদ্ধে থানাত এজাহাৰ পত্নীৰ

Husband accused of Blackmailing wife: শেহতীয়াকৈ, দুয়োজনে একেলগে পাৰস্পৰিক বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল।

Husband accused of Blackmailing wife: শেহতীয়াকৈ, দুয়োজনে একেলগে পাৰস্পৰিক বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল।

Husband accused of Blackmailing wife: শেহতীয়াকৈ, দুয়োজনে একেলগে পাৰস্পৰিক বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল।

  • Share this:
পত্নীৰ গোপন ভিডিও কৰি ব্লেকমেইল কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে। আনকি সেই ভিডিও ছচিয়েল মিডিয়াতো ভাইৰেল কৰি দিয়াৰ ধমক দিয়ে স্বামীয়ে। আৰু শেষত আৰক্ষীৰ দ্বাৰস্থ হ'ল পত্নী।

ঘটনাটো দক্ষিণ ২৪ পৰগণাৰ নৰেন্দ্ৰপুৰত সংঘটিত হৈছে৷ জানিব পৰা গৈছে যে, অভিযোগকাৰী মহিলাগৰাকীয়ে পাঁচ বছৰৰ পূৰ্বে নৰেন্দ্ৰপুৰ অঞ্চলৰ এগৰাকী বাসিন্দাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ শেহতীয়াকৈ, দুয়োজনে একেলগে পাৰস্পৰিক বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল।

অভিযুক্ত লোকজনে তেওঁৰ পত্নীক শুকুৰবাৰে একেটা গোচৰত স্বাক্ষৰ কৰিবলৈ ঘৰলৈ মাতিছিল। অভিযোগ কৰা হৈছে যে, যেতিয়া পত্নী ঘৰলৈ গৈছিল তেতিয়া স্বামীয়ে দুৱাৰ বন্ধ কৰি প্ৰহাৰ কৰাৰ লগতে গোপন ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকি দিছিল।

পিছত মহিলাগৰাকীয়ে কোনোমতে চুবুৰীয়াৰ সহায়ত চিঞৰি চিঞৰি ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হৈয়। আৰু সন্ধিয়াৰ ভাগত নৰেন্দ্ৰপুৰ আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।
Published by:Himangshu Bhuyan
First published: