দহহাজাৰ টকাৰ তলৰ কমদামী স্মাৰ্টফোনৰ ভিতৰত HONOR 8C উত্তম, কিয়? চাওঁ আহক
News18-Assam Updated:October 17, 2019, 8:51 PM IST

- News18 Assam
- Last Updated: October 17, 2019, 8:51 PM IST
ডিজাইন আৰু ডিছপ্লে
HONOR 8C ত 720x1520 পিক্সেল ৰিজলিউশ্যনৰ লগতে আছে এখন 15.9 চেমি (6.26-ইঞ্চি) HD+ ডিছপ্লে আৰু আকৰ্ষণীয় ফিচাৰ। এই স্মার্টফোনটোত আছে 19.5:9 aspect অনুপাত, জীৱন্ত ৰং প্রদর্শন আৰু HD+ ৰিজলিউশ্যন, যি দিয়ে অনুপম পৰ্যবেক্ষণৰ অভিজ্ঞতা।

পাৰফৰ্মেন্স
Qualcomm Snapdragon 632 chipset Octa-Core (8x1.8 GHz) ৰ দ্বাৰা শক্তিযুক্ত হৈ, HONOR 8C হৈছে প্ৰথমটো বাণিজ্যিক স্মাৰ্টফোন যি এই স্নেপড্ৰেগন ছিপছেটটোৰ প্ৰয়োগ কৰিছে, যিটো পাৰফৰ্মেন্সৰ ফালৰ পৰা 40% উন্নত। 32 আৰু 64GB ষ্ট’ৰেজৰ দুটা ভেৰিয়েন্টত ই উপলব্ধ, যাক এখন মাইক্ৰ SD কাৰ্ডৰ সৈতে 256GB লৈকে প্ৰসাৰিত কৰিব পাৰি। পাৰফৰ্মেন্স আৰু গেমিঙৰ দিশৰ পৰা চাবলৈ গ’লে এই ফোনটো অত্যন্ত শক্তিশালী, বিশেষকৈ যেতিয়া আপুনি ইয়াক একে মূল্যৰ অন্য প্ৰডাক্টৰ সৈতে তুলনা কৰি চায়। গেমাৰসকলৰ বাবে আছে গেমিং DND ম’ড, যি আপুনি খেলি থকাৰ সময়ত ফোনটোক ডু ন’ট ডিষ্টাৰ্ব ম’ডত ৰাখি থয়।
বেটেৰীৰ জীৱনকাল

কেমেৰাৰ বৈশিষ্ট্যসমূহ
HONOR 8C-ত f/1.8 aperture-ৰ সৈতে এক 13MP প্ৰাইমেৰী ৰীয়েৰ কেমেৰা, আৰু f/2.4 8 aperture-ৰ সৈতে এক ছেকেণ্ডাৰী 2MP ডেপথ ছেন্সৰ আছে। অন্যহাতে AI-ভিত্তিক ছেলফি কেমেৰাটোৱে প্ৰদান কৰে f/2.0 aperture-ৰ সৈতে এটা 8MP কেমেৰা য’ত আছে এক ছফ্ট লাইট LED ফ্লাছ, যাতে তিনিটাকৈ ছেটিঙত শ্বাৰ্প ছেলফি তুলিব পাৰি- ব্ৰাইট, ৰেগুলাৰ আৰু ল’-লাইট পৰিস্থিতিত। প্ৰদান কৰা মূল্যৰ তুলনাত ইয়াৰ কেমেৰাৰ মান যথেষ্ট ভাল। ইয়াৰ ইন্টেলিজেন্ট বৈশিষ্ট্যবোৰে ব্যৱহাৰকাৰীক উন্নত ডিটেইলিঙৰ সুযোগ প্ৰদান কৰে, যাৰ ফলত ফটোবিলাক বাস্তৱমুখী হয়, ৰঙো জীৱন্ত আৰু বেলেন্সড হয়। মজাৰ কথা হৈছে আপুনি পচন্দ কৰা বস্টি এটা HONOR AI শ্বপিং ফীছাৰৰ দ্বাৰা অনলাইনত কেমেৰাৰ সহায়ত চিনাক্ত কৰিবও পৰা যায়।

মূল্য
Amazon এক্সক্লুছিভত 4+64GB ভাৰ্ছনটো এক INR 8,999 ৰ আকৰ্ষণীয় মূল্যত আৰম্ভ হৈছে। HONOR 8C-এ প্ৰদান কৰা অবিশ্বাস্য ফীছাৰখিনিলৈ চাই এই মূল্যটো সঁচাকৈয়ে “পানীৰ দাম”ত পোৱা বুলিয়েই ক’ব পাৰি। এতিয়া আপুনি HONOR 8C ব্যৱহাৰ কৰি পাব পাৰে এক নিউ-জেন অভিজ্ঞতা, যিটোৱে আপোনাৰ পকেটক কষ্ট নিদিয়ে।
উপসংহাৰ
মুঠৰ ওপৰত ক’বলৈ গ’লে HONOR 8C ত ব্যৱহাৰযোগ্য অনেক বৈশিষ্ট্য ঠাঁহ খাই আছে। তেওঁলোকে দাবী কৰা “শক্তিৰে ভৰপূৰ” শাৰীটো তেওঁলোকে সঁচাকৈয়ে প্ৰমাণ কৰি দেখুৱালে। যদি আপুনি সস্তা মূল্যত অনেক ফীছাৰৰ সৈতে এক প্ৰীমিয়াম-লুক থকা ফোন কিনিব খোজে, এইটো আপুনি ক্ৰয় কৰা উচিত। কাৰণ HONOR পৰিয়ালৰ এক সদস্য হোৱাটো এক গৌৰৱৰ কথা।
ফ্লিপকাৰ্টত HONOR 8C ক্ৰয় কৰক: https://bit.ly/2MLkRFx