বলীউদৰ জনপ্ৰিয় অভিনেত্ৰীয়ে কৰিলে আত্মহত্যা, ছুইচাইড নোটক লৈ এতিয়া চাঞ্চল্য

News18 Assam | News18-Assam
Updated:January 27, 2020, 11:26 AM IST
বলীউদৰ জনপ্ৰিয় অভিনেত্ৰীয়ে কৰিলে আত্মহত্যা, ছুইচাইড নোটক লৈ এতিয়া চাঞ্চল্য
Source-Google

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ছেজল শৰ্মাই কৰিলে আত্মহত্যা

  • Share this:
সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ছেজল শৰ্মাই কৰিলে আত্মহত্যা। ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক ‘দিল তোহ হেপ্পী হ্যে জী’ত চিমি খোচলাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে নিজৰ ফ্লেটতে আত্মহত্যা কৰে। শুকুৰবাৰে আত্মহননৰ পথ বাচি লোৱা অভিনেত্ৰীগৰাকীয়ে আত্মহত্যাৰ আগত লিখি থৈ যোৱা ছুইচাইড নোটে এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।

ছুইচাইড নোট লাভ কৰাৰ পিছতে আৰক্ষীয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ দুই বান্ধৱীক জেৰা কৰিছে আৰক্ষীয়ে। ছুইচাইড নোটখনত যদিও তেওঁৰ মৃত্যৰ বাবে কোনো দায়ী নহয় বুলি লিখিছে, তথাপিও আৰক্ষীয়ে বিশেষ সন্দেহৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি