১২ নৱেম্বৰত হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচন। ফলাফল ঘোষণা কৰিব ৮ ডিচেম্বৰত। ভাৰতীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে এই ঘোষণা কৰে।
যদিও নিৰ্বাচন আয়োগে হিমাচল প্ৰদেশত নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে, গুজৰাটৰ বিষয়ে একো কোৱা নাই। ২০১৭ চনৰ যোৱা বিধানসভা নিৰ্বাচনত, বিজেপিয়ে হিমাচল প্ৰদেশত ৪৪ খন আসন লাভ কৰিছিল আৰু কংগ্ৰেছে ২১ খন আসন লাভ কৰিছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : October 14, 2022, 16:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।