উল্লেখযোগ্য যে কৰ্ণাটকত পূৰ্বৰে পৰা হিজাব পিন্ধাৰ অনুমতি দিয়াক লৈ বিতৰ্ক অব্যাহত আছে।
উল্লেখযোগ্য যে কৰ্ণাটকত পূৰ্বৰে পৰা হিজাব পিন্ধাৰ অনুমতি দিয়াক লৈ বিতৰ্ক অব্যাহত আছে।
Hijab Ban: মধ্য প্ৰদেশত এতিয়া বিদ্যালয়ত নিষিদ্ধ হ’ব হিজাব। এই মন্তব্য কৰিছে শিক্ষা মন্ত্ৰী ইন্দৰ সিং পৰমাৰে। তেওঁ কয়, হিজাব স্কুলত নিষিদ্ধ হ’ব। স্কুলত কেৱল ড্ৰেছ কোড কাৰ্যকৰী হ’ব। হিজাব স্কুলৰ ড্ৰেছৰ অংশ নহয়। স্কুল শিক্ষা বিভাগে এই সন্দৰ্ভত বিদ্যালয়ৰ পৰীক্ষণ কৰিব কৰিব। উল্লেখযোগ্য যে কৰ্ণাটকত পূৰ্বৰে পৰা হিজাব পিন্ধাৰ অনুমতি দিয়াক লৈ বিতৰ্ক অব্যাহত আছে।
স্কুল শিক্ষা মন্ত্ৰী ইন্দৰ সিং পৰমাৰে কয়, ‘হিজাব কোনো বিষয় নহয়। ইউনিফৰ্মহে বিষয়। সমানতা আৰু অনুশাসনৰ বাবে ড্ৰেছ কোড আছে। বিদ্যালয়ত একেধৰণৰ ইউনিফৰ্ম থাকে। যিসকল লোকে তাক সম্প্ৰদায় বিশেষৰ বিষয় বনাইছে, আগন্তুক সময়ত তেওঁলোকে ভুগিব লাগিব। ড্ৰেছ কোডেৰে বিদ্যালয়ত সমানতা আহিব। হিজাব বজাৰ আরু ঘৰত পিন্ধক, কিন্তু স্কুলত কেৱল ড্ৰেছ কোড কাৰ্যকৰী হ’ব।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|