বিলাসী হোটেলৰ বাথৰুমত হিডেন কেমেৰা..সংগ্ৰহ কৰে যুৱতীৰ নগ্ন ফটো!

সাৱধান হওক

News18-Assam
Updated:November 6, 2019, 3:16 PM IST
বিলাসী হোটেলৰ বাথৰুমত হিডেন কেমেৰা..সংগ্ৰহ কৰে যুৱতীৰ নগ্ন ফটো!
সাৱধান হওক
News18-Assam
Updated: November 6, 2019, 3:16 PM IST
পুণেৰ এখন বিলাসী হোটেলত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। হোটেলৰ কৰ্মাচাৰীয়ে বাথৰুমত হিডেন কেমেৰা সংস্থাপিত কৰি সংগ্ৰহ কৰিলে যুৱতীৰ নগ্ন ফটো। হোটেলখনৰ মেনেজাৰৰ অজ্ঞাতে এনে দুষ্কাৰ্য সংঘটিত কৰিছে হোটেলখনৰ কৰ্মচাৰীয়ে। পিছত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত হোটেলৰ মেনেজাৰে কৰ্মচাৰী কেইটাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। ৰাম ৰাম নাথ নামৰ এটা কৰ্মচাৰী এতিয়াও পলাতক অৱস্থাত আছে। ৰাম ৰাম নাথক বিচাৰি আৰক্ষীয়েও ইতিমধ্যে আৰম্ভ কৰিছে অভিযান।

ঘটনা অনুসৰি , হোটেলখনৰ কেইজনমান কৰ্মচাৰীয়ে দীৰ্ঘদিনৰ পৰা কৰি আহিছে এনে দুষ্কাৰ্য। হাইৱে’ নামৰ হোটেল খনৰ লেডিজ বাথৰুমত এগৰাকী যুৱতীয়ে এটা হিডেন কেমেৰা ধৰা পেলায়। কেমেৰা তেতিয়াও কাৰ্যক্ষম অৱস্থাতে আছিল। অভিযোগ অনুসৰি ৰাম দেৱ নাথ নামৰ এটা কৰ্মচাৰীয়ে সংযোগ কৰিছিল কেমেৰা।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি