CAAক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ, কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

News18 Assam | News18-Assam
Updated:January 22, 2020, 11:52 AM IST
CAAক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ, কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?
Source-Google

কেন্দ্ৰৰ পক্ষক নুশুনাকৈ স্থগিতাদেশ জাৰি নকৰে ন্যায়ালয়ে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ। অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ বাবে হ’ব পৃথক শুনানি। উচ্চতম ন্যায়ালয়ৰ পৰা সময় বিচাৰিছে কেন্দ্ৰই। কেন্দ্ৰক সকলো উত্তৰ দিবলৈ ৪ সপ্তাহৰ সময়সীমা উচ্চতম ন্যায়ালয়ৰ। দুসপ্তাহ পিছত হ’ব অসমৰ আবেদনৰ শুনানি। বিতৰ্কিত আইনখনৰ ক্ষেত্ৰত অন্তৰ্ৱতীকালীন স্থগিতাদেশ নিদিলে ন্যায়ালয়ে। NPRক লৈও নিদিলে কোনো স্থগিতাদেশ। কেন্দ্ৰৰ পক্ষক নুশুনাকৈ স্থগিতাদেশ জাৰি নকৰে ন্যায়ালয়ে।
Published by: Sanjay Kumar Das
First published: January 22, 2020, 11:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading