চিকিৎসকৰ প্ৰতিবাদ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষ বৰ্ধনৰ প্ৰতিক্ৰিয়া

News18-Assam
Updated:June 14, 2019, 3:01 PM IST
চিকিৎসকৰ প্ৰতিবাদ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষ বৰ্ধনৰ প্ৰতিক্ৰিয়া
ৰাজপথৰ পৰিৱৰ্তে চিকিৎসকক প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষ বৰ্ধনৰ

ৰাজপথৰ পৰিৱৰ্তে চিকিৎসকক প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডা০ হৰ্ষ বৰ্ধনৰ

  • Share this:
পশ্চিমবংগত চিকিৎসকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত এতিয়া ধৰ্ণাত বহিছে  সমগ্ৰ দেশৰে চিকিৎসকসকল।ঘটনাৰ প্ৰতিবাদত একেলগে ৯৮ গৰাকী চিকিৎসকে চাকৰিৰ পৰা পদত্যাগ কৰি তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী কৰিলে চৰকাৰৰ আগত। সেইসময়তে এইবাৰ ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনৰ। চিকিৎসৰ নিৰাপত্তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰাৰ লগতে ৰাজপথৰ পৰিৱৰ্তে চিকিৎসকক প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। চিকিৎসকসকলক নিজৰ নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন লগতে এই প্ৰতিবাদৰ বাবে ৰোগী যাতে বিপদত নপৰে তাৰ প্ৰতি চিকিৎসক সকলক লক্ষ্য ৰখা উচিত বুলি উল্লখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
First published: June 14, 2019, 3:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading