LIVE NOW

হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত এইবাৰ কাৰ চৰকাৰ? নিৰ্বাচনী ফলাফল LIVE

হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত এইবাৰ কাৰ চৰকাৰ?

assam.news18.com | October 24, 2019, 8:37 AM IST
facebook Twitter google Linkedin
Last Updated October 24, 2019
auto-refresh
বহু প্ৰত্যাশিত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ উৎকণ্ঠা। বৰ্তমান দুয়োখন ৰাজ্যতে আছে বিজেপি নেতৃত্বাধীন চৰকাৰ। ৰাজ্য দুখনত কি হ’ব নিৰ্বাচনী ফলাফল সেইলৈ এতিয়া সমগ্ৰ দেশতে তীব্ৰ উত্‍কণ্ঠা। উল্লেখযোগ্য যে, দেশৰ বহু কেইটা আগশাৰীৰ Exit Poll Agency এ ইতিমধ্যে দেশ দুখনত বিজেপিয়ে আকৌ ক্ষমতা দখল কৰিব বুলি স্পষ্ট ইংগিত দিছে।
8:37 am (IST)
8:20 am (IST)

মহাৰাষ্ট্ৰত বিজেপিৰ অগ্ৰগতি


8:18 am (IST)

8:18 am (IST)

8:16 am (IST)
Load More