• Home
  • »
  • News
  • »
  • nation
  • »
  • ৪৯ বছৰীয়া হ’ল ৰাহুল গান্ধী, কংগ্ৰেছে ক’লে – আমি আপোনাক লৈ গৰ্বিত

৪৯ বছৰীয়া হ’ল ৰাহুল গান্ধী, কংগ্ৰেছে ক’লে – আমি আপোনাক লৈ গৰ্বিত

ওপজা দিনত ৰাহুল গান্ধীক শুভেচ্ছা জনালে কংগ্ৰেছৰ নেতা–কৰ্মীসকলে।

ওপজা দিনত ৰাহুল গান্ধীক শুভেচ্ছা জনালে কংগ্ৰেছৰ নেতা–কৰ্মীসকলে।

ওপজা দিনত ৰাহুল গান্ধীক শুভেচ্ছা জনালে কংগ্ৰেছৰ নেতা–কৰ্মীসকলে।

  • Share this:
    কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ আজি ৪৯সংখ্যক জন্মদিন। ওপজা দিনত ৰাহুল গান্ধীক শুভেচ্ছা জনালে কংগ্ৰেছৰ নেতা–কৰ্মীসকলে। কংগ্ৰেছে নিজৰ টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীক ওপজা দিনৰ ওলগ জনায়। এই ভিডিঅ’টোত ৰাহুল গান্ধীৰ কিছু স্মৰণীয় মুহূৰ্ত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে ৰাহুল গান্ধীৰ ৫টা কথা হাইলাইট কৰা হৈছে ভিডিঅ’টোত।


    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জন্মদিনৰ শুভেচ্ছা জনালে ৰাহুল গান্ধীক। টুইটাৰযোগে মোদীয়ে শুভেচ্ছা জনালে ৰাহুল গান্ধীক। টুইটাৰত মোদীয়ে লিখিছে – ‘কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক জন্মদিনৰ শুভকামনা। মই তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱন কামনা কৰিছো।’

    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি