গোৱালিয়ৰত দুৰ্ঘটনাগ্ৰস্ত MiG 21 যুঁজাৰু বিমান, দুই পাইলটৰ প্ৰাণৰক্ষা

দুৰ্ঘটনাৰ সময়ত বিমানখনত থকা দুয়োজন পাইলটে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।

News18-Assam
Updated:September 25, 2019, 12:27 PM IST
গোৱালিয়ৰত দুৰ্ঘটনাগ্ৰস্ত MiG 21 যুঁজাৰু বিমান, দুই পাইলটৰ প্ৰাণৰক্ষা
দুৰ্ঘটনাৰ সময়ত বিমানখনত থকা দুয়োজন পাইলটে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়।
News18-Assam
Updated: September 25, 2019, 12:27 PM IST
মধ্য প্ৰদেশৰ গোৱালিয়ৰত ভাৰতীয় বায়ুসেনাৰ MiG 21 বিমান দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাৰ সময়ত বিমানখনত থকা দুয়োজন পাইলটে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়। দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে জ্বলি উঠে বিমানখন। সংবাদ প্ৰতিষ্ঠান ANIৰ খবৰ অনুসৰি, বিমানখনত আছিল এজন গ্ৰুপ কেপ্টেইন আৰু এজন স্কোৱাড্ৰন লীডাৰ। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই। পুৱা প্ৰায় ১০ বজাত ভূপতিত হয় বিমানখন।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি