
বিজেপিয়ে গুজৰাটত বৃহৎ অগ্ৰগতি লাভ কৰিছে। ১৮২ খন আসনৰ ভিতৰত ১৫২ খন আসনত বিজেপি আগবাঢ়ি আছে। মোডীৰ দলে ইতিমধ্যে দুখন আসন জিকিছে।
বিজেপিয়ে গুজৰাটত বৃহৎ অগ্ৰগতি লাভ কৰিছে। ১৮২ খন আসনৰ ভিতৰত ১৫২ খন আসনত বিজেপি আগবাঢ়ি আছে। মোডীৰ দলে ইতিমধ্যে দুখন আসন জিকিছে।
বিজেপিয়ে গুজৰাটত বৃহৎ অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছ বহুত পিছ পৰি আছে, অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিও বহু পিছ পৰি আছে। ১৮২ খন আসনৰ ভিতৰত ১৫২ খন আসনত বিজেপি আগবাঢ়ি আছে। মোডীৰ দলে ইতিমধ্যে দুখন আসন জিকিছে।
১৮২ জনীয়া গুজৰাট বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো দলক ৯২ খন আসনৰ প্ৰয়োজন। প্ৰতিটো বুথ পৰ্যায়ৰ জৰীপত বিজেপি আগবাঢ়ি আছে। যদি বিজেপি জয়ী হয়, গুজৰাটত একেৰাহে সাতবাৰ শাসনলৈ আহিব। এই পৰ্যন্তৰ ফলাফলে বিজেপি সপ্তমবাৰৰ বাবে গুজৰাটত ক্ষমতালৈ অহাৰ ইংগিত বহন কৰিছে। যদিও কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে গুজৰাটক লৈ বহু জল্পনা-কল্পনা কৰিছিল এই মুহূৰ্তত সকলো অসাৰ যেন পৰিলক্ষিত হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|