• Home
  • »
  • News
  • »
  • nation
  • »
  • বিয়াৰ মাজতে কেমেৰামেনক কাণতলীয়া চৰ দৰাৰ, কইনাৰ কাণ্ড দেখিলে আপুনিও ৰখাব নোৱাৰিব হাঁহি, চাওক ভিডিঅ’

বিয়াৰ মাজতে কেমেৰামেনক কাণতলীয়া চৰ দৰাৰ, কইনাৰ কাণ্ড দেখিলে আপুনিও ৰখাব নোৱাৰিব হাঁহি, চাওক ভিডিঅ’

কেমেৰামেনজনে কইনাৰ মুখত স্পৰ্শ কৰাত খং উঠিল দৰাৰ। লগে লগে ফটোগ্ৰাফাৰজনক দিলে কাণতলীয়া চৰ।

কেমেৰামেনজনে কইনাৰ মুখত স্পৰ্শ কৰাত খং উঠিল দৰাৰ। লগে লগে ফটোগ্ৰাফাৰজনক দিলে কাণতলীয়া চৰ।

কেমেৰামেনজনে কইনাৰ মুখত স্পৰ্শ কৰাত খং উঠিল দৰাৰ। লগে লগে ফটোগ্ৰাফাৰজনক দিলে কাণতলীয়া চৰ।

  • Share this:
বিয়াত কইনাৰ ফটোশ্বুট সাধাৰণ কথা। কিন্তু এখন বিয়াত এনেকুৱা এক ঘটনা ঘটিল যিটো কোনেও কল্পনা কৰা নাছিল। এনে এক ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত, যিটো দেখি আপুনিও ৰখাব নোৱাৰিব হাঁহি। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টো এখন বিয়াৰ। বিয়াত ফটোশ্বুটৰ সময়তে কেমেৰামেনজনে কইনাৰ কাষলৈ আহি হাতেৰে মুখমণ্ডল স্পৰ্শ কৰি তেনেদৰে প’জ দিবলৈ কয়। কেমেৰামেনজনে কইনাৰ মুখত স্পৰ্শ কৰাত খং উঠিল দৰাৰ। লগে লগে ফটোগ্ৰাফাৰজনক দিলে কাণতলীয়া চৰ। ইয়াৰ পিছত যি ঘটিল সেয়া আৰু আমোদজনক।

ফটোগ্ৰাফাৰজনক চৰ মৰাৰ পিছত কইনাৰ কিন্তু খং নুঠিল। হাঁহিত ফাটি পৰিল কইনা। হাঁহি হাঁহি বহি পৰিল কইনা। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’ কিছুমানে প্ৰেংক বুলি কোৱাৰ বিপৰীতে একাংশই আকৌ দৰাৰ এনে আচৰণক সমালোচনা কৰিছে।
Published by:Sanjay Kumar Das
First published: