• Home
  • »
  • News
  • »
  • nation
  • »
  • ৬ মাহৰ ভিতৰত বন্ধ হ’ব দেশৰ সকলো টোলগে’ট! তাৰ বিপৰীতে হ’ব এই ব্যৱস্থা

৬ মাহৰ ভিতৰত বন্ধ হ’ব দেশৰ সকলো টোলগে’ট! তাৰ বিপৰীতে হ’ব এই ব্যৱস্থা

GPS প্ৰযুক্তিৰে পৰিচালিত হ’ব এই ব্যৱস্থা। এই ব্যৱস্থাৰ প্ৰৱৰ্তনৰৰ পিছত অন্ত পৰিব টোল প্লাজাত গাড়ীৰ দীঘলীয়া শাৰীৰ তিক্ততা।

  • Share this:
আগন্তুক ৬ মাহৰ ভিতৰত বন্ধ হৈ যাব সকলো টোলগেট! ভাঙি পেলোৱা হ’ব টোল গেটসমূহ।সংসদত এই ঘোষণা কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ। টোলগেট মুক্ত কৰা হ’ব দেশ। ইয়াৰ বিপৰীতে আপুনি ৬০ কিলোমিটাৰৰ অধিক ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলোৱাৰ পিছত স্বয়ংক্ৰিয়ভাৱে একাউন্টৰ পৰা কটা হ’ব ধন। GPS প্ৰযুক্তিৰে পৰিচালিত হ’ব এই ব্যৱস্থা। এই ব্যৱস্থাৰ প্ৰৱৰ্তনৰৰ পিছত অন্ত পৰিব টোল প্লাজাত গাড়ীৰ দীঘলীয়া শাৰীৰ তিক্ততা।
Published by:Sanjay Kumar Das
First published: