• Home
  • »
  • News
  • »
  • nation
  • »
  • Govt. Appoints New CDS : চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে নিযুক্তি দিলে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অনিল চৌহানক

Govt. Appoints New CDS : চীফ অৱ ডিফেন্স ষ্টাফ হিচাপে নিযুক্তি দিলে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অনিল চৌহানক

প্ৰাক্তন জেনেৰেল বিপিন ৰাৱটৰ মৃত্যুৰ পিছত নতুন চিডিএছ নিযুক্তিৰ বিষয়ে আলোচনা চলি আছিল।

প্ৰাক্তন জেনেৰেল বিপিন ৰাৱটৰ মৃত্যুৰ পিছত নতুন চিডিএছ নিযুক্তিৰ বিষয়ে আলোচনা চলি আছিল।

প্ৰাক্তন জেনেৰেল বিপিন ৰাৱটৰ মৃত্যুৰ পিছত নতুন চিডিএছ নিযুক্তিৰ বিষয়ে আলোচনা চলি আছিল।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে নতুনকৈ নিযুক্তি দিলে চিডিএছ। চৰকাৰে লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) অনিল চৌহানক পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) হিচাপে নিযুক্তি দিছে। তেওঁ ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰিছে।



উল্লেখ্য, বিমান দুৰ্ঘটনাত চিডিএছ প্ৰাক্তন জেনেৰেল বিপিন ৰাৱটৰ মৃত্যুৰ পিছত নতুন চিডিএছ নিযুক্তিৰ বিষয়ে আলোচনা চলি আছিল। আজি কেন্দ্ৰই অনিল চৌহানক পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ (CDS) হিচাপে নিযুক্ত কৰাত অনুমোদন জনায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি