உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • সুখবৰ! চাকৰিজীৱিৰ বাবে ডাঙৰ ঘোষণা কৰাৰ সম্ভৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ বৈঠকত

    সুখবৰ! চাকৰিজীৱিৰ বাবে ডাঙৰ ঘোষণা কৰাৰ সম্ভৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ বৈঠকত

    অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক।

    অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক।

    অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক।

    • Share this:
    অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক। CNBC আৱাজৰ খবৰ অনুসৰি. বৈঠকত ব্যৱসায়ী আৰু কৰ্মচাৰী সকলৰ সুবিধাৰ্থে ই পি এফৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। লগতে কৃষি ক্ষেত্ৰৰ বাবে ১ লাখ কোটি টকাৰ ফাণ্ডৰ অনুমতি দিব পাৰে কেবিনেটে। ইয়াৰ বাহিৰেও গৰীব কল্যান অন্ন যোজনা নৱেম্বৰ পৰ্যন্ত জাৰি ৰখাৰ প্ৰস্তাৱত সহমত প্ৰকাশ কৰিব পাৰে মন্ত্ৰীসভাই।

    চাকৰিজীৱিৰ বাবে ই পি এফৰ নিয়মত হ’ব পাৰে কিছু সাল-সলনিঃ

    ল’ক ডাউনৰ সময়ত যাতে নগদ ধনৰ সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে পি এফৰ পৰা টকা উলিওৱাৰ অনুমতি দিছিল কেন্দ্ৰই। ৩০ জুন পৰ্যন্ত দিয়া হৈছিল এই সুবিধা। কিন্তু ১ জুলাইৰ পৰা এই সুবিধা বন্ধ হৈ গৈছিল। গতিকে এই ক্ষেত্ৰত আজিৰ বৈঠকত বিশেষ কিছু সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
    Published by:Himangshu Bhuyan
    First published: