ছচিয়েল মিডিয়াত মুক্তভাৱে পোষ্ট দিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে, অংশ ল’ব পাৰিব ৰাজনৈতিক সভাতো, গুৰুত্বপূৰ্ণ ৰায় ত্ৰিপুৰা হাইক’ৰ্টৰ

News18 Assam | News18-Assam
Updated:January 13, 2020, 10:26 AM IST
ছচিয়েল মিডিয়াত মুক্তভাৱে পোষ্ট দিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে, অংশ ল’ব পাৰিব ৰাজনৈতিক সভাতো, গুৰুত্বপূৰ্ণ ৰায় ত্ৰিপুৰা হাইক’ৰ্টৰ
ন্যায়ালয়ে ৰায়টোত কৈছে যে চৰকাৰী কৰ্মচাৰীয়ে সভা-সমিতি, ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কাৰ্য সদৌ ভাৰত সেৱা (আচৰণ) বিধিৰ ৫নং নিয়মৰ অধীনত কোনো শাস্তিমূলক ব্যৱস্থা আহ্বান নকৰে।

ন্যায়ালয়ে ৰায়টোত কৈছে যে চৰকাৰী কৰ্মচাৰীয়ে সভা-সমিতি, ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কাৰ্য সদৌ ভাৰত সেৱা (আচৰণ) বিধিৰ ৫নং নিয়মৰ অধীনত কোনো শাস্তিমূলক ব্যৱস্থা আহ্বান নকৰে।

  • Share this:
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। চৰকাৰী কৰ্মচাৰীয়ে ছ’চিয়েল মিডিয়াত মুক্তভাৱে পোষ্ট দিব পাৰিব। চৰকাৰী কৰ্মচাৰী হোৱাৰ বাবেই মৌলিক অধিকাৰ বাক স্বাধীনতা নেহেৰুৱায়। উল্লেখ্য যে, বিজেপিবিৰোধী পোষ্ট দিয়াৰ অভিযোগত বৰ্খাস্ত কৰা কৰ্মচাৰীক সুৰক্ষা দিলে উচ্চ ন্যায়ালয়ৰ ৰায়ে।

ন্যায়ালয়ে ৰায়টোত কৈছে যে চৰকাৰী কৰ্মচাৰীয়ে সভা-সমিতি, ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কাৰ্য সদৌ ভাৰত সেৱা (আচৰণ) বিধিৰ ৫নং নিয়মৰ অধীনত কোনো শাস্তিমূলক ব্যৱস্থা আহ্বান নকৰে। ৰাজনৈতিক সভাত উপস্থিত থকা মানে ৰাজনীতিত জড়িত হোৱাটো নুবুজায়।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি