• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাল খবৰ! অৱশেষত মেক ইন ইণ্ডিয়া ভেকচিন Covaxinলৈ WHOৰ স্বীকৃতি

ভাল খবৰ! অৱশেষত মেক ইন ইণ্ডিয়া ভেকচিন Covaxinলৈ WHOৰ স্বীকৃতি

ICMR আৰু Bharat Biotechএ মিলি প্ৰস্তুত কৰিছিল এক প্রতিষেধক।

ICMR আৰু Bharat Biotechএ মিলি প্ৰস্তুত কৰিছিল এক প্রতিষেধক।

ICMR আৰু Bharat Biotechএ মিলি প্ৰস্তুত কৰিছিল এক প্রতিষেধক।

  • Share this:

  • Covid-19ৰ Made-In-India ভেকচিন Covaxinক অৱশেষত স্বীকৃতি প্ৰদান কৰিলে বিশ্ব স্বাস্থ্য সন্থাই।

  • WHOই Covaxinৰ জৰুৰীকালীন ব্যৱহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে Covaxinক।

  • Technical Advisory Teamৰ সেউজ সংকটৰ পিছতে WHOই স্বীকৃতি প্ৰদান কৰিলে ভাৰতৰ এই ভেকচিনটোক।

  • ICMR আৰু Bharat Biotechএ মিলি প্ৰস্তুত কৰিছিল এক প্রতিষেধক।

  • Covaxinএ উপসৰ্গ থকা Covid-19ৰ বিৰুদ্ধে ৭৭.৮শতাংশ পাৰদৰ্শিতা প্ৰদর্শন কৰিছিল।

  • Delta Variant প্ৰতিৰোধ কৰাত এই ভেচকিনৰ কার্যক্ষমতা ৬৫.২শতাংশ।

  • WHOই অনুমোদন প্ৰদান কৰা ৬টা প্রতিষেধকৰ তালিকাত অন্তৰ্ভুক্ত হ’ল দেশত নিৰ্মিত Covaxin।

Published by:Himangshu Bhuyan
First published: