উৎসৱৰ বতৰত বাঢ়িছে সোণ–ৰূপৰ মূল্য, কিমান হ’ল মহঙা?

সোমবাৰ আৰু মঙলবাৰে সোণ–ৰূপৰ মূল্যৰ বৃদ্ধি পৰিলক্ষিত হ’ল।

News18
Updated:September 25, 2019, 6:29 PM IST
উৎসৱৰ বতৰত বাঢ়িছে সোণ–ৰূপৰ মূল্য, কিমান হ’ল মহঙা?
সোমবাৰ আৰু মঙলবাৰে সোণ–ৰূপৰ মূল্যৰ বৃদ্ধি পৰিলক্ষিত হ’ল।
News18
Updated: September 25, 2019, 6:29 PM IST
সোণ–ৰূপৰ দামৰ বৃদ্ধি অব্যাহত আছে। চলিত সপ্তাহত সোমবাৰৰ পিছত মঙলবাৰে দ্বিতীয় দিনাও সোণ–ৰূপৰ মূল্য বাঢ়ে। সোণৰ দাম মঙলবাৰে দিল্লীত ৩৩০টকা প্ৰতি দহগ্ৰামত বাঢ়ি ৩৯,০২০টকা হয় দিনান্তত। আনহাতে ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৭৩০টকা বাঢ়ি ৪৮,৭২০টকা হয়।

আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ক্ষেত্ৰত মঙলবাৰে নিউয়ৰ্কত সোণৰ মূল্য বাঢ়ি প্ৰতি আউন্সত ১,৫২২.৬০ডলাৰ হয় আৰু ৰূপৰ মূল্যও দ্ৰুত গতিত বাঢ়ি ১৮.৫৭ডলাৰ হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি