TPG-Reliance Retail Deal:গ্লোবেল ইনভেষ্টমেণ্ট কোম্পানী TPGয়ে ৰিলায়েন্স ৰিটেইলত বিনিয়োগ কৰিব ১৮৩৭.৫ কোটি টকা

ইটোৰ পিছত সিটো বিদেশী বিনিয়োগ ৰিলায়েন্স ৰিটেইলত।
ইটোৰ পিছত সিটো বিদেশী বিনিয়োগ ৰিলায়েন্স ৰিটেইলত।
- News18 Assam
- Last Updated: October 3, 2020, 12:44 PM IST
বিশ্বৰ সৰ্ববৃহত্ বিনিয়োগকাৰী প্ৰতিষ্ঠান TPGয়ে ৰিলায়েন্স ৰিটেইলত বিনিয়োগ কৰিব ১৮৩৭.৫ কোটি টকা। ইয়াৰ জৰিয়তে টি পি জিয়ে ৰিলায়েন্স ৰিটেইলৰ ০.৪১ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিব।
