TPG-Reliance Retail Deal:গ্লোবেল ইনভেষ্টমেণ্ট কোম্পানী TPGয়ে ৰিলায়েন্স ৰিটেইলত বিনিয়োগ কৰিব ১৮৩৭.৫ কোটি টকা

News18 Assam | News18-Assam
Updated:October 3, 2020, 12:44 PM IST
TPG-Reliance Retail Deal:গ্লোবেল ইনভেষ্টমেণ্ট কোম্পানী TPGয়ে ৰিলায়েন্স ৰিটেইলত বিনিয়োগ কৰিব ১৮৩৭.৫ কোটি টকা
ইটোৰ পিছত সিটো বিদেশী বিনিয়োগ ৰিলায়েন্স ৰিটেইলত।

ইটোৰ পিছত সিটো বিদেশী বিনিয়োগ ৰিলায়েন্স ৰিটেইলত।

  • Share this:
প্ৰতিদিনাই বাঢ়িছে ৰিলায়েন্সত বিনিয়োগ কৰা বিদেশী বিনিয়োগকাৰীৰ সংখ্যা। বিদেশী বিনিয়োগকাৰীৰ বাবে এতিয়া অন্যতম নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স। ৰিলায়েন্স জিঅ’ৰ পিছত এইবাৰ ৰিলায়েন্স ৰিটেইলত বাঢ়িছে বিদেশী বিনিয়োগৰাকীৰ সংখ্যা।

বিশ্বৰ সৰ্ববৃহত্‍ বিনিয়োগকাৰী প্ৰতিষ্ঠান TPGয়ে ৰিলায়েন্স ৰিটেইলত বিনিয়োগ কৰিব ১৮৩৭.৫ কোটি টকা। ইয়াৰ জৰিয়তে টি পি জিয়ে ৰিলায়েন্স ৰিটেইলৰ ০.৪১ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিব।



এই সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে,‘মই ৰিলায়েন্স ৰিটেইললৈ ভেল্যুৱেব’ল বিনিয়োগকাৰী হিচাপে টি পি জিক স্বাগতম জনাইছো।টি পি জিৰ সহযোগত ৰিলায়েন্স ৰিটেইলে আৰু গতি ল’ব।

Published by: Himangshu Bhuyan
First published: October 3, 2020, 12:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading