உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কুকুৰৰ সৈতে অসত্‍ কাৰ্যত লিপ্ত হ'ল শহুৰ! বোৱাৰীয়েকে প্ৰস্তুত কৰিলে ভিডিও, ছচিয়েল মিডিয়াত ভাইৰেল

    কুকুৰৰ সৈতে অসত্‍ কাৰ্যত লিপ্ত হ'ল শহুৰ! বোৱাৰীয়েকে প্ৰস্তুত কৰিলে ভিডিও, ছচিয়েল মিডিয়াত ভাইৰেল

    Dirty act with doggy Video viral: গাজিয়াবাদৰ ইন্দিৰাপুৰম অঞ্চলত এজন বৃদ্ধলোকৰ লজ্জাজনক কাৰ্য কেমেৰাত বন্দী হৈছে।

    Dirty act with doggy Video viral: গাজিয়াবাদৰ ইন্দিৰাপুৰম অঞ্চলত এজন বৃদ্ধলোকৰ লজ্জাজনক কাৰ্য কেমেৰাত বন্দী হৈছে।

    Dirty act with doggy Video viral: গাজিয়াবাদৰ ইন্দিৰাপুৰম অঞ্চলত এজন বৃদ্ধলোকৰ লজ্জাজনক কাৰ্য কেমেৰাত বন্দী হৈছে।

    • Share this:
    Dirty act with doggy Video viral: গাজিয়াবাদৰ ইন্দিৰাপুৰম অঞ্চলত এজন বৃদ্ধলোকৰ লজ্জাজনক কাৰ্য কেমেৰাত বন্দী হৈছে। কুকুৰৰ লগত কৰা অসত্‍ কাৰ্য বোৱাৰীয়েকে বন্দী কৰিলে মোবাইলৰ কেমেৰাত। আৰু পিছত ভিডিও ছচিয়েল মিডিয়াতো আপলোড কৰে। ইতিমধ্যে ভাইৰেল হৈ পৰিছে ভিডিওটো। ভিডিও দেখি পিপুলচ ফ'ৰ এনিমেলচৰ কাৰ্যকৰ্তা জাঙুৰ খাই উঠিছে। আৰু আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে পশুৰ লগত জড়িত আইনৰ অধীনত গোচৰ ৰুজু কৰি লোকজনক গ্ৰেপ্তাৰ কৰিছে।

    ভাইৰেল হোৱা ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে, বৃদ্ধজনে কুকুৰটোৰ সৈতে ঘৃণনীয় কাৰ্যত লিপ্ত হৈছে। ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত চৰ্চালৈ আহিছে। ভিডিঅ'টোত দেখা বৃদ্ধজনক চিনাক্ত কৰা হৈছিল। ইফালে, PFA কৰ্মীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰে।

    খবৰ অনুসৰি, এই ভিডিঅ'টো গ্ৰেপ্তাৰ কৰা বৃদ্ধজনৰ বোৱাৰীয়েকে নিৰ্মাণ কৰিছিল। পূৰ্বৰে পৰা বোৱাৰীয়েকে শহুৰেকক এনে কাম কৰে বুলি সন্দেহ কৰি আছিল। অভিযুক্ত শহুৰেকৰ বোৱাৰীয়েকে ভিডিঅ'টো ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল। তাৰ পিছতে ভাইৰেল হৈ পৰিছিল ভিডিও।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: