• Home
  • »
  • News
  • »
  • nation
  • »
  • এই পদ্ধতিত গেছ চিলিণ্ডাৰ বুকিং কৰিলে পাব ৫০ টকা ৰেহাই...

এই পদ্ধতিত গেছ চিলিণ্ডাৰ বুকিং কৰিলে পাব ৫০ টকা ৰেহাই...

এই অফাৰ ২৫ জানুৱাৰী ২০২১ পৰ্যন্ত বৈধ থাকিব।

এই অফাৰ ২৫ জানুৱাৰী ২০২১ পৰ্যন্ত বৈধ থাকিব।

এই অফাৰ ২৫ জানুৱাৰী ২০২১ পৰ্যন্ত বৈধ থাকিব।

  • Share this:
প্ৰতিদিনে বৃদ্ধি পাইছে ৰন্ধন গেছৰ দাম। বৰ্তমান ১৪.২ কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰৰ দাম ৬৯৪ টকা। কিন্তু এটা উপায় আছে, যাৰ জৰিয়তে আপুনি গেছ বুকিঙত পাব ৫০ টকা নিশ্চিত কেছবেক। ইয়াৰ বাবে গেছ চিলিণ্ডাৰৰ বুকিং ICICI Bankৰ পকেটছ ৱালেটেৰ জৰিয়তে কৰিব লাগিব। PMRJAN2021 প্ৰমো কোড দিব লাগিব। ১০ শতাংশ হিচাপত সৰ্বাধিক ৫০ টকা ৰেহাই পাব। এই অফাৰ ২৫ জানুৱাৰী ২০২১ পৰ্যন্ত বৈধ থাকিব। এই প্ৰমো কোড মাহত তিনিবাৰ ব্যৱহাৰ কৰিব পাৰিব।

কেনেকৈ কৰিব এই কাম :

১. পকেটছ ৱালেট এপ অপেন কৰিব লাগিব।

২. ইয়াৰ পিছত পে’ বিলত ক্লিক কৰিব লাগিব।

৩. Choose Billers ত More অপচন দেখা যাব যাৰ ওপৰত ক্লিক কৰিব লাগিব।

৪. ইয়াৰ পিছত আপোনাৰ সন্মুখত আহিব এলপিজিৰ অপচন।

৫. ইয়াত আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰ ছিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত কনজিউমাৰ নম্বৰ, ডিষ্ট্ৰিবিউটৰ আইডি, মোবাইল নম্বৰ দিব লাগিব।

৬. ইয়াৰ পিছত  PMRJAN2021 প্ৰমো কোড দিব লাগিব।

৭. বুকিং এমাউণ্ট ছিষ্টেমৰ জৰিয়তে কোৱা হ’ব।

৮. ইয়াৰ পিছত বুকিং এমাউণ্টৰ পেমেণ্ট কৰিব লাগিব।

৯. ট্ৰানজেকশ্যনৰ ১০ দিনৰ ভিতৰত ১০ শতাংশ হিচাপত অধিকতম ৫০ টকা কেছবেক ৱালেটত ক্ৰেডিত কৰি দিয়া হ’ব।
Published by:Sanjay Kumar Das
First published: