এই পদ্ধতিত গেছ চিলিণ্ডাৰ বুকিং কৰিলে পাব ৫০ টকা ৰেহাই...

এই অফাৰ ২৫ জানুৱাৰী ২০২১ পৰ্যন্ত বৈধ থাকিব।
এই অফাৰ ২৫ জানুৱাৰী ২০২১ পৰ্যন্ত বৈধ থাকিব।
- News18 Assam
- Last Updated: January 10, 2021, 11:04 AM IST
কেনেকৈ কৰিব এই কাম :
১. পকেটছ ৱালেট এপ অপেন কৰিব লাগিব।
৩. Choose Billers ত More অপচন দেখা যাব যাৰ ওপৰত ক্লিক কৰিব লাগিব।
৪. ইয়াৰ পিছত আপোনাৰ সন্মুখত আহিব এলপিজিৰ অপচন।
৫. ইয়াত আপোনাৰ ছাৰ্ভিচ প্ৰভাইডাৰ ছিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত কনজিউমাৰ নম্বৰ, ডিষ্ট্ৰিবিউটৰ আইডি, মোবাইল নম্বৰ দিব লাগিব।
৭. বুকিং এমাউণ্ট ছিষ্টেমৰ জৰিয়তে কোৱা হ’ব।
৮. ইয়াৰ পিছত বুকিং এমাউণ্টৰ পেমেণ্ট কৰিব লাগিব।
৯. ট্ৰানজেকশ্যনৰ ১০ দিনৰ ভিতৰত ১০ শতাংশ হিচাপত অধিকতম ৫০ টকা কেছবেক ৱালেটত ক্ৰেডিত কৰি দিয়া হ’ব।