• Home
  • »
  • News
  • »
  • nation
  • »
  • গৌতম গম্ভীৰক প্ৰাণে মৰাৰ ভাবুকি ISISৰ, ঘৰৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা

গৌতম গম্ভীৰক প্ৰাণে মৰাৰ ভাবুকি ISISৰ, ঘৰৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা

ডিচিপি চেন্ট্ৰেল স্বেতা চৌহানে কয় যে এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। গম্ভীৰৰ বাসগৃহৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

  • Share this:

পূব দিল্লীৰ বিজেপি সাংসদ আৰু প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ (Gautam Gambir)ক আইএছআইএছ কাশ্মীৰ (ISIS Kashmir)–এ দিছে প্ৰাণে মৰাৰ ভাবুকি। গম্ভীৰে দিল্লী আৰক্ষীৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰিছে আৰু অভিযোগ কৰিছে যে তেওঁক আইএছআইএছ কাশ্মীৰৰ ফালৰ পৰা প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হৈছে।

ডিচিপি চেন্ট্ৰেল স্বেতা চৌহানে কয় যে এই সন্দৰ্ভত তদন্ত অব্যাহত আছে। গম্ভীৰৰ বাসগৃহৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা।

উল্লেখযোগ্য যে গৌতম গম্ভীৰে প্ৰাণে মৰাৰ ভাবুকিৰ ই–মেইল লাভ কৰিছে। এই মেইলৰ পিছত দিল্লী আৰক্ষীয়ে গৌতম গম্ভীৰৰ ঘৰৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে।

Assam News Today | News in Assamese | Latest News in Assamese

Published by:Sanjay Kumar Das
First published: