உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Gas Cylinder Booking: অন্য এজেন্সীটো বুকিং কৰিব পাৰিব নেকি চিলিণ্ডাৰ? ৰন্ধন গেছ চিলিণ্ডাৰ বুকিঙ বাবে নতুন নিয়মৰ সম্ভাৱনা!

    Gas Cylinder Booking: অন্য এজেন্সীটো বুকিং কৰিব পাৰিব নেকি চিলিণ্ডাৰ? ৰন্ধন গেছ চিলিণ্ডাৰ বুকিঙ বাবে নতুন নিয়মৰ সম্ভাৱনা!

    ৰন্ধন গেছ চিলিণ্ডাৰ বুকিং অধিক সহজ কৰি তুলিবলৈ এই আলোচনা চলিছে। অৱশ্যে এই সম্পৰ্কে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

    • Share this:
    ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিঙৰ ক্ষেত্ৰত শীঘ্ৰে নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু তেল কোম্পানী সমূহে আলোচনাত মিলিত হৈছে বুলি জানিব পৰা গৈছে। ৰন্ধন গেছ চিলিণ্ডাৰ বুকিং অধিক সহজ কৰি তুলিবলৈ এই আলোচনা চলিছে। অৱশ্যে এই সম্পৰ্কে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

    জানিব পৰা মতে, ৰন্ধন গেছ বুকিং অধিক সহজ কৰি তুলিবলৈ শীঘ্ৰে এটা এজেন্সীৰ গ্ৰাহকে অন্য এটা এজেন্সীটো গেছ চিলিণ্ডাৰ ৰিফিলিঙৰ বাবে বুকিং কৰাৰ সুবিধা সাভ কৰিব পাৰে। ইয়াৰ বাবে IOC, BPCL, HPCL একত্ৰিত হৈ এক নতুন প্লেটফৰ্মৰ চিন্তা চৰ্চাও কৰিছে। ইফালে গ্ৰাহকে যাতে গেছ ৰিফিলিঙৰ বাবে অধিক দিন অপেক্ষা কৰিব নালাগে তাৰ বাবেও চিন্তা চৰ্চা কৰিছে। কিন্তু এতিয়ালৈকে ইয়াৰ কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।
    Published by:Himangshu Bhuyan
    First published: