• Home
  • »
  • News
  • »
  • nation
  • »
  • আজিৰে পৰা পৰ্যটকক আদৰিব ছিকিমে, বেছি দিনলৈ প্ৰয়োজন নহ’ব কোৰোণা নিগেটিভ প্ৰমাণপত্ৰ!

আজিৰে পৰা পৰ্যটকক আদৰিব ছিকিমে, বেছি দিনলৈ প্ৰয়োজন নহ’ব কোৰোণা নিগেটিভ প্ৰমাণপত্ৰ!

আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল ছিকিম। কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য পৰ্যটকৰ বাবে বন্ধ হৈ আছিল ছিকিম।

  • Share this:
আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল ছিকিম। কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য পৰ্যটকৰ বাবে বন্ধ হৈ আছিল ছিকিম। কিন্তু এতিয়া লাহে লাহে কোৰোাণাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ ফলস্বৰূপে ১০ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পাহাৰীয়া ৰাজ্যখন।

জাানিব পৰা মতে, আজিৰে পৰা চৰকাৰী অনুজ্ঞাপত্ৰ থকা হোটেল, আৱাসগৃহ আৰু সকলো পৰ্যটনৰ লগত জড়িত সেৱা মুকলি কৰা হৈছে। সেইদৰে যোৱা ১ অক্টোবৰতে মুকলি কৰা হয় ছিকিম আৰু পশ্চিম বংগৰ সীমান্ত।

উল্লেখযোগ্য যে, পৰ্যটকৰ বাবে ছিকিম চৰকাৰে শীঘ্ৰে জাৰি কৰিব গাইড লাইন। ৰাজ্যখনৰ পৰ্যটন সেৱা মুকলি কৰাৰ পিছত, ছিকিম চৰকাৰে পৰ্যটকক ট্ৰেভেল কাৰ্ড দিয়াৰ চেষ্টা কৰিছে। ইফালে প্ৰথম অৱস্থাত পৰ্যটকে ৰাজ্যখনত প্ৰৱেশ কৰাৰ সময়ত কোৰোণা নিগেটিভ চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও বেছি দিনলৈ প্ৰয়োজন নহ’ব এই প্ৰমাণপত্ৰ।
Published by:Himangshu Bhuyan
First published: