কাপোৰৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু চাৰিজনৰ

News18 Assam | News18-Assam
Updated:February 9, 2020, 7:44 AM IST
কাপোৰৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু চাৰিজনৰ
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, কাপোৰৰ কাৰখানাটোত অগ্নিনিৰ্বাপন কৰাৰ পিছত চাৰিটা মৃতদেহ উদ্ধাৰ হৈছে।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, কাপোৰৰ কাৰখানাটোত অগ্নিনিৰ্বাপন কৰাৰ পিছত চাৰিটা মৃতদেহ উদ্ধাৰ হৈছে।

  • Share this:
গুজৰাটৰ আহমেদাবাদত ভয়ংকৰ অগ্নিকাণ্ড। নাৰোল অঞ্চলৰ এটা কাপোৰৰ কাৰখানাত শনিবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনাত চাৰিজন লোকৰ মত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, কাপোৰৰ কাৰখানাটোত অগ্নিনিৰ্বাপন কৰাৰ পিছত চাৰিটা মৃতদেহ উদ্ধাৰ হৈছে। এতিয়ালৈকে অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি