ধৃত সন্ত্ৰাসবাদীকেইটা ফাৰুখ আহমেদ ভট্ট ওৰফে ফৈয়াজ, মঞ্জুৰ আহমেদ গণেই ওৰফে কাৰী আৰু নুৰ মহম্মদ মালিক। আন এটা সন্ত্ৰাসবাদীৰ নাম জানিব পৰা হোৱা নাই।
ধৃত সন্ত্ৰাসবাদীকেইটা ফাৰুখ আহমেদ ভট্ট ওৰফে ফৈয়াজ, মঞ্জুৰ আহমেদ গণেই ওৰফে কাৰী আৰু নুৰ মহম্মদ মালিক। আন এটা সন্ত্ৰাসবাদীৰ নাম জানিব পৰা হোৱা নাই।
জম্মু–কাশ্মীৰৰ কিষ্টৱাৰত নিৰাপত্তাৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল হিজবুল মুজাহিদীনৰ চাৰি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ধৃত সন্ত্ৰাসবাদীকেইটা কিষ্টৱাৰৰে বাসিন্দা। ধৃত সন্ত্ৰাসবাদীকেইটা ফাৰুখ আহমেদ ভট্ট ওৰফে ফৈয়াজ, মঞ্জুৰ আহমেদ গণেই ওৰফে কাৰী আৰু নুৰ মহম্মদ মালিক। আন এটা সন্ত্ৰাসবাদীৰ নাম জানিব পৰা হোৱা নাই।
ইফালে, দিল্লীত জই–ই–মহম্মদৰ ৩–৪ জনীয়া সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰা বুলি চোৰাংচোৱাৰ তথ্যৰ পিছতে সতৰ্ক হৈ পৰিছে দিল্লী আৰক্ষী। ৰাজধানী চহৰখনত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। দিল্লী আৰক্ষীৰ বিশেষ গোটে বিভিন্ন স্থানত চলাইছে তালাচী অভিযান।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|