জম্মু–কাশ্মীৰত গ্ৰেপ্তাৰ হ’ল হিজবুল মুজাহিদীনৰ চাৰি সন্ত্ৰাসবাদী

ধৃত সন্ত্ৰাসবাদীকেইটা ফাৰুখ আহমেদ ভট্ট ওৰফে ফৈয়াজ, মঞ্জুৰ আহমেদ গণেই ওৰফে কাৰী আৰু নুৰ মহম্মদ মালিক। আন এটা সন্ত্ৰাসবাদীৰ নাম জানিব পৰা হোৱা নাই।

News18-Assam
Updated:October 3, 2019, 4:12 PM IST
জম্মু–কাশ্মীৰত গ্ৰেপ্তাৰ হ’ল হিজবুল মুজাহিদীনৰ চাৰি সন্ত্ৰাসবাদী
ধৃত সন্ত্ৰাসবাদীকেইটা ফাৰুখ আহমেদ ভট্ট ওৰফে ফৈয়াজ, মঞ্জুৰ আহমেদ গণেই ওৰফে কাৰী আৰু নুৰ মহম্মদ মালিক। আন এটা সন্ত্ৰাসবাদীৰ নাম জানিব পৰা হোৱা নাই।
News18-Assam
Updated: October 3, 2019, 4:12 PM IST
জম্মু–কাশ্মীৰৰ কিষ্টৱাৰত নিৰাপত্তাৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল হিজবুল মুজাহিদীনৰ চাৰি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ধৃত সন্ত্ৰাসবাদীকেইটা কিষ্টৱাৰৰে বাসিন্দা। ধৃত সন্ত্ৰাসবাদীকেইটা ফাৰুখ আহমেদ ভট্ট ওৰফে ফৈয়াজ, মঞ্জুৰ আহমেদ গণেই ওৰফে কাৰী আৰু নুৰ মহম্মদ মালিক। আন এটা সন্ত্ৰাসবাদীৰ নাম জানিব পৰা হোৱা নাই।

ইফালে, দিল্লীত জই–ই–মহম্মদৰ ৩–৪ জনীয়া সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰা বুলি চোৰাংচোৱাৰ তথ্যৰ পিছতে সতৰ্ক হৈ পৰিছে দিল্লী আৰক্ষী। ৰাজধানী চহৰখনত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। দিল্লী আৰক্ষীৰ বিশেষ গোটে বিভিন্ন স্থানত চলাইছে তালাচী অভিযান।

 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি