• Home
  • »
  • News
  • »
  • nation
  • »
  • হৃদজনিত সমস্যা! আকৌ সৌৰভ গাংগুলীক হাস্পতালত ভৰ্তি

হৃদজনিত সমস্যা! আকৌ সৌৰভ গাংগুলীক হাস্পতালত ভৰ্তি

 বুধবাৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক কলিকতা হাস্পতালত ভৰ্তি কৰোৱা হয়।

বুধবাৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক কলিকতা হাস্পতালত ভৰ্তি কৰোৱা হয়।

বুধবাৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক কলিকতা হাস্পতালত ভৰ্তি কৰোৱা হয়।

  • Share this:
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমান বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীক পুনৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বুধবাৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক কলিকতা হাস্পতালত ভৰ্তি কৰোৱা হয়। মঙলবাৰে নিশা ক্ৰিকেটাৰগৰাকীয়ে অসহ্য বুকুৰ বিষত আক্ৰান্ত হৈছিল।
Published by:Himangshu Bhuyan
First published: