ভয়ংকৰ দুৰ্ঘটনাত ৫ সুঠাম যুৱকৰ মৃত্যু, ট্ৰাক আৰু স্কৰপিঅ’ৰ ভয়ংকৰ সংঘৰ্ষ

News18 Assam | News18-Assam
Updated:February 21, 2020, 1:22 PM IST
ভয়ংকৰ দুৰ্ঘটনাত ৫ সুঠাম যুৱকৰ মৃত্যু, ট্ৰাক আৰু স্কৰপিঅ’ৰ ভয়ংকৰ সংঘৰ্ষ
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে স্কৰপিঅ’ বাহনখন।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে স্কৰপিঅ’ বাহনখন।

  • Share this:
পশ্চিম বংগৰ জলপাইগুৰিত ভয়ংকৰ দুৰ্ঘটনা। বীৰপাৰাৰ ডেমডিমাত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় ৫জন যুৱক। নিশা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় দ্ৰুতবেগী এখন স্কৰপিঅ’ৰ। ফলত স্কৰপিঅ’খনত থকা ৫ যুৱকৰ মৃত্যু হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে স্কৰপিঅ’ বাহনখন। জানিব পৰা মতে, ৫ বন্ধুৱে ভূটান সীমান্তৰ দিশে ফুৰিবলৈ গৈছিল। নিশা ঘূৰি অহাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰি আজি বীৰপাৰাৰ দিনবজাৰ বন্ধ ৰাখিছে ব্যৱসায়ীসকলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading