দায়িত্বলৈয়ে কি সিদ্ধান্ত ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

শ্বহীদ পৰিয়ালৰ সন্তানৰ জলপানি বঢ়োৱাৰ সিদ্ধান্ত নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত।

news18assam
Updated:May 31, 2019, 8:07 PM IST
দায়িত্বলৈয়ে কি সিদ্ধান্ত ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
শ্বহীদ পৰিয়ালৰ সন্তানৰ জলপানি বঢ়োৱাৰ সিদ্ধান্ত নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত।
news18assam
Updated: May 31, 2019, 8:07 PM IST
শুক্ৰবাৰে অনুষ্ঠিত হয় নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকত দেশৰ বাবে শ্বহীদ হোৱা সেনাৰ সন্তানসকলৰ বাবে লোৱা হয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰে শ্বহীদ পৰিয়ালৰ সন্তানক প্ৰদান কৰা জলপানিৰ পৰিমাণ কিছু বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বৈঠকত।এতিয়াৰ পৰা শ্বহীদ পৰিয়ালৰ সন্তানে ‘Prime Minister’s Scholarship Scheme’ৰ অধীনত মাহে ২০০০ টকাৰ পৰিৱৰ্তে ২৫০০ টকাকৈ লাভ কৰিব জলপানি।

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি