• Home
  • »
  • News
  • »
  • nation
  • »
  • প্ৰথম CAB তাৰ পিছত NRC, জনসভাত ঘোষণা অমিত শ্বাহৰ

প্ৰথম CAB তাৰ পিছত NRC, জনসভাত ঘোষণা অমিত শ্বাহৰ

ফাইল ফটো

ফাইল ফটো

প্ৰথন আমি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম আৰু নিশ্চিত কৰিম যাতে চুবুৰীয়া ৰাষ্ট্ৰৰ সকলো শৰণাৰ্থীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। ইয়াৰ পিছত NRC প্ৰস্তুত কৰা হ’ব। শ্বাহে আশ্বাস দিয়ে।

  • Share this:
    প্ৰথম CAB তাৰ পিছত NRC। প্ৰথম আমি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম আৰু নিশ্চিত কৰিম যাতে চুবুৰীয়া ৰাষ্ট্ৰৰ সকলো শৰণাৰ্থীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। ইয়াৰ পিছত NRC প্ৰস্তুত কৰা হ’ব আৰু আমি মাতৃভূমিৰ পৰা সকলো অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি খেদি পঠিয়াম। ঘোষণা অমিত শ্বাহৰ। এখন ৰাজহুৱা সভাত এই মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে।নিজৰ টুইটাৰ একাউণ্টত জনসভাত দিয়া সেই ভাষণ আপলোড কৰিছে অমিত শ্বাহে।

    Published by:Tulika Devi
    First published:

    শেহতীয়া বাতৰি