মুখ্যপৃষ্ঠা »খবৰ »দেশ »Indo-Bangla Border : ভাৰত-বাংলা সীমান্তত বি এছ এফৰ গুলীচালনা, আহত এজন

Indo-Bangla Border : ভাৰত-বাংলা সীমান্তত বি এছ এফৰ গুলীচালনা, আহত এজন

 Firing Incident in Indo-Bangla Border : কোচবিহাৰত চিকিৎসাধীন আহত চাইদুল

Firing Incident in Indo-Bangla Border : কোচবিহাৰত চিকিৎসাধীন আহত চাইদুল

Firing Incident in Indo-Bangla Border : কোচবিহাৰত চিকিৎসাধীন আহত চাইদুল

  • Share this:

    ভাৰত-বাংলা সীমান্তৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰুৰ চোৰাং চালান কৰিবলৈ গৈ বি এছ এফৰ ৬২নং বেটেলিয়নৰ গুলীত আহত হয় এজন (Firing Incident in Indo-Bangla Border) ৷


    আজি পুৱতিনিশা অসম-বংগ সীমান্ত আৰু ভাৰত-বাংলা সীমান্ত (India-Bangladesh Border)ৰ  ত্ৰিকোণ সীমান্তৰ তুফানগঞ্জৰ বাংলাভুত এলেকাত সংঘটিত হয় বি এছ এফ (BSF)ৰ গুলীচালনাৰ ঘটনা ৷


    বি এছ এফৰ গুলীত গুলিবিদ্ধ হয় চাইদুল ইছলাম নামৰ লোকজন ৷ গুলীবিদ্ধ চাইদুলৰ ঘৰ ভাৰত-বাংলা সীমান্তৰ বালাভুতত ৷ লগতে বি এছ এফে উদ্ধাৰ কৰে তিনিটা গৰু ৷ গুলীবিদ্ধ চাইদুলক তুফানগঞ্জত চিকিৎসাধীন কৰা হয় যদিও পিছত কোচবিহাৰলৈ প্ৰেৰণ কৰে ৷

    শেহতীয়া বাতৰি