ইন্দোৰ-কামাখ্যা এক্সপ্ৰেছত অগ্নিকাণ্ড,যাত্ৰীৰ মাজত হাহাকাৰ

News18-Assam
Updated:November 16, 2019, 4:30 PM IST
ইন্দোৰ-কামাখ্যা এক্সপ্ৰেছত অগ্নিকাণ্ড,যাত্ৰীৰ মাজত হাহাকাৰ
প্ৰতীকী ফটো

কামাখ্যা অভিমুখে আহি আছিল ইন্দোৰ-কামাখ্যা এক্সপ্ৰেছ

  • Share this:
অসম-বঙ্গ সীমান্তৰ যোড়াই ৰে’ল ষ্টেচনত অঘটন।  ইন্দোৰ-কামাখ্যা এক্সপ্ৰেছত অগ্নিকাণ্ড। ৰে’ল খনত জুই লগাত যাত্ৰীৰ মাজত হাহাকাৰ। ৰে’লখনৰ বগীৰ ব্ৰেকত অগ্নিকাণ্ডৰ সূত্ৰপাট। ৰে’লকৰ্মী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন।
কামাখ্যা অভিমুখে আহি আছিল ইন্দোৰ-কামাখ্যা এক্সপ্ৰেছখন।
আৰু চাওক
পৰৱৰ্তী বাতৰি