গুজৰাটৰ চুৰাটৰ কোচিং চেণ্টাৰত জুই লাগি ২০টা শিশুৰ মৃত্যু, প্ৰাণৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জাঁপ
News18-Assam Updated:May 24, 2019, 6:45 PM IST

প্ৰাণৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জাঁপ দিয়ে ১০টা শিশুৱে, অগ্নিনিৰ্বাপক বাহিনীৰ দল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ
প্ৰাণৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জাঁপ দিয়ে ১০টা শিশুৱে, অগ্নিনিৰ্বাপক বাহিনীৰ দল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ
- News18 Assam
- Last Updated: May 24, 2019, 6:45 PM IST

অট্টালিকাটোৰ তৃতীয় মহলাত হঠাৎ লাগে জুই। অট্টালিকাটোত থকা আটাইকেইটা শিশুৱে তৃতীয় মহলাত আবদ্ধ হৈ পৰে।