গুজৰাটৰ চুৰাটৰ কোচিং চেণ্টাৰত জুই লাগি ২০টা শিশুৰ মৃত্যু, প্ৰাণৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জাঁপ

প্ৰাণৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জাঁপ দিয়ে ১০টা শিশুৱে, অগ্নিনিৰ্বাপক বাহিনীৰ দল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ

news18assam
Updated:May 24, 2019, 6:45 PM IST
গুজৰাটৰ চুৰাটৰ কোচিং চেণ্টাৰত জুই লাগি ২০টা শিশুৰ মৃত্যু, প্ৰাণৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জাঁপ
প্ৰাণৰক্ষাৰ বাবে অট্টালিকাৰ পৰা জাঁপ দিয়ে ১০টা শিশুৱে, অগ্নিনিৰ্বাপক বাহিনীৰ দল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ
news18assam
Updated: May 24, 2019, 6:45 PM IST
চুৰাটৰ চৰথানা অঞ্চলত এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। ঘটনাটোত ২০টা শিশুৰ মৃত্যু। তথ্য অনুসৰি এটা ব্যৱসায়িক অট্টালিকাত কোচিং চেণ্টাৰত বহুকেইটা শিশুৱে প্ৰশিক্ষণ লৈ আছিল।



অট্টালিকাটোৰ তৃতীয় মহলাত হঠাৎ লাগে জুই। অট্টালিকাটোত থকা আটাইকেইটা শিশুৱে তৃতীয় মহলাত আবদ্ধ হৈ পৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি